Assam District Abolishing: চাৰি জিলা কৰ্তন মুখ্যমন্ত্ৰীৰ শিশু সুলভ সিদ্ধান্ত, লুৰীণজ্যোতি গগৈ - Assam govt district abolishing
চাৰি জিলা কৰ্তনক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ চৰকাৰক তীব্ৰ সমালোচনা (Lurinjyoti Gogoi criticized Assam Govt) । চৰকাৰক সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে মৰাণৰ খোৱাঙত সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে এয়া শিশুসুলভ সিদ্ধান্ত লৈছে (Assam govt district abolishing) । জিলা চলাবলৈ চৰকাৰৰ ধনৰ নাটনি, সেয়ে জিলাসমূহ কৰ্তন কৰিছে । ধনৰ অভাৱত জিলা চম্ভালিব নোৱাৰি বিলুপ্তকৰণ কৰিছে বুলিও লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে (Lurinjyoti Gogoi criticized CM) । আনহাতে, জিলা কৰ্তন কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে চৰকাৰক ৰাইজৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:38 PM IST