অসম

assam

ETV Bharat / videos

লামডিং জংছনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি - বাৰ্মিজ চুপাৰিৰ ক’লা বেহা

🎬 Watch Now: Feature Video

By

Published : Aug 19, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

এইবাৰ ৰাতি নহয়, দিনতে ৰে’লত চলিছে বাৰ্মিজ চুপাৰিৰ ক’লা বেহা (Burmese supari business in Assam)। শুকুৰবাৰে লামডিং জংছনৰ 15968 নং লিডু ৰঙিয়া এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি (Large quantity of Burmese supari seized at Lumding Junction)৷ তথ্য অনুসৰি, ৰে’লখনৰ D4 ডবাৰ পৰা উদ্ধাৰ কৰা হয় চুপাৰিখিনি ৷ জব্দকৃত বাৰ্মিজ চুপাৰিখিনি চাৰিটা চাহপাতৰ বেগত লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details