অসম

assam

নগাঁও প্ৰেছ ক্লাৱত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন

By

Published : Aug 19, 2022, 9:41 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

সমগ্ৰ দেশজুৰি আজি উলহ মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী (Krishna janmashtami 2022) । শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উখল মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্যও । একে পৰিৱেশে বিৰাজ কৰিছে নগাঁও প্ৰেছ ক্লাৱতো । নগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰেছ ক্লাৱ কাৰ্যালয়ত পালন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী (Krishna Janmashtami celebrates at Nagaon press club) । শুক্ৰবাৰে সন্ধিয়া হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে নগাঁও প্ৰেছ ক্লাৱ কাৰ্যালয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details