অসম

assam

By

Published : Aug 14, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

গৰঙা চাহ বাগিচাত অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে গোলাঘাট জিলাৰ গৰঙা চাহ বাগিচাৰ ৫ নং আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো (Keshab Mahanta inaugurate model Anganwadi Kendra at Golaghat) ৷ এই কেন্দ্ৰটো চাহ বাগিচাৰ শিশু আৰু প্ৰসূতি মহিলাসকলৰ উন্নয়নৰ বাবে স্থাপন কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ লগতে বৰ্তমান ৰাজ্যত ১০০০ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্ধোধন কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে পৰৱৰ্তী সময়তো ৰাজ্যত আৰু ২০০০ টা নতুন অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details