অসম

assam

ETV Bharat / videos

দৰঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ - Intoxicated syrup seized in Darrang

By

Published : Aug 27, 2022, 2:54 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

সমাজ ধ্বংসকাৰী ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে দৰঙৰ ধুলা আৰক্ষীয়ে । আৰক্ষীৰ অভিযানত ৰঙা ঘৰৰ আলহী হৈছে এজনৰ পিছত আনজন ড্ৰাগছ সৰবৰাহকাৰী । এইবাৰ ধুলা আৰক্ষীৰ জালত নিচাজাতীয় কপ ছিৰাফ সৰবৰাহকাৰী । ধূলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ১৫০ বটল কফ ছিৰাপ আৰু কেইবাটাও নিচাজাতীয় টেবলেটসহ আটক কৰে দুজন লোকক (Intoxicated syrup seized in Darrang)। ধূলা থানা(Dhula Police Station) ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ৰ নেতৃত্বত চলোৱা অভিযানত থানা খনৰ অন্তৰ্গত চালিনীকুছীত স্কুটীৰে আহি থকা অৱস্থাত আটক কৰে সৰবৰাহকাৰী দুজনক ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details