Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক - China border latest news
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত সংঘাত হোৱাৰ পিছত সষ্টম হৈছে ভাৰতীয় সেনা আৰু স্থানীয় ৰাইজ (Indo China standoff) । ইতিমধ্যে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ইয়াংস্তে নামৰ ঠাইলৈ সেনাৰ দল মোটায়েন কৰা হৈছে । তথ্য অনুসৰি মুঠ 6 জন ভাৰতীয় সেনাৰ লোক গুৱাহাটীৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Indo China border clash)। ইয়াংস্তে হৈছে টাৱাঙৰ জঙৰ পৰা 40 কিলোমিটাৰ নিলগত (Indo China border dispute)। চীনা সেনাৰ এটা বৃহৎ দলৰ ভাৰতীয় সেনাৰ লগত হতাহতি হয় এই স্থানত । ভাৰতীয় সেনাৰ ওপৰত আস্থা থকাৰ লগতে অৰুণাচল কোনো ধৰণে চীনৰ অংশ নহয় বুলি দাবী কৰিলে স্থানীয় লোকসকলে ৷ অৰুণাচলৰ পৰা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ৷
Last Updated : Feb 3, 2023, 8:35 PM IST