অসম

assam

ETV Bharat / videos

কংগ্ৰেছৰ উদ্যোগত ৭৫ ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকাৰে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা - আজাদী কা অমৃত মহোৎসৱ

By

Published : Aug 14, 2022, 10:16 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ৰাজ্যজুৰি উদযাপন স্বাধীনতাৰ অমৃত মহোৎসৱ (Independence Day) ৷ প্ৰধানমন্ত্ৰীৰ আহ্বান মতে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ৰাজ্যজুৰি উদযাপন কৰা হৈছে 'ঘৰে ঘৰে ত্ৰিৰংগ পতাকা' (Har Ghar Tiranga) কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে শিৱসাগৰ জিলাৰ আমগুৰিত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত ৭৫ ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকাৰে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা পালন কৰা হয় (75 foot long National Flag)। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমগুৰিৰ টিফুক চাহ বাগিচাৰ পৰা বৃহৎ সমদল কৰি শিৱসাগৰ জিলা কংগ্ৰেছ আৰু আমগুৰি সমষ্টি কংগ্ৰেছৰ উদ্যোগত গৌৰৱময় যাত্ৰা পালন কৰে । এই সমদল কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই অংশগ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details