অসম

assam

ETV Bharat / videos

Illegal sand mining: মানাহ নদীত দিনে নিশাই চলিছে অবৈধ বালি খনন

By

Published : Nov 13, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

বঙাইগাঁও জিলা বালাৰচৰ-মূলবাৰী পাৰঘাটৰ পূৱপাৰত মানাহ নদীত দিনে নিশাই চলিছে অবৈধ বালি খনন (Illegal sand mining in Bongaigaon) । বাছেদ আলী আৰু আকবৰ আলীৰ নেতৃত্বত চলিছে অবৈধ বালি খনন কাৰ্য । প্ৰতিদিনে JCB আৰু ১০-১১ ট্ৰেক্টৰেৰে চলাই আছে বালি খনন । বালি খননৰ বাবে পাৰঘাটৰ পৰা মূলবাৰী বজাৰলৈ যোৱা ৰাস্তাৰ অৱস্থাও একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে (Public protest against sand mining) । সঘনাই ১০ খন ট্ৰেক্টৰ অহা যোৱা কৰাত পথটোৰে মানুহে খোজকাঢ়ি যোৱাত অসুবিধাত ভুগিব লগা হৈছে । ট্ৰেক্টৰৰ দৌৰাত্মৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । ইয়াৰ পিছতো গুৰুত্ব নাই বঙাইগাঁও জিলা বন বিভাগৰ ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details