অসম

assam

By

Published : Sep 10, 2022, 12:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

বৰপেটাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

বৰপেটাত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা(Illegal Liquor Seized in Barpeta) ৷ কাৰ্যবাহী দণ্ডাধীশ ময়ুৰাক্ষী দত্তৰ নেতৃত্বত শুক্ৰবাৰে নিশা আবকাৰী বিভাগে বৰপেটা চহৰত চলায় অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান । চহৰখনৰ বিভিন্ন এলেকাত অতৰ্কিত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা । অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা বৰপেটা চহৰত সম্প্ৰতি ক্ৰমাগত হাৰত বৃদ্ধি পোৱা দিশলৈ লক্ষ্য ৰাখি কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত আবকাৰী বিভাগে চলায় এই অভিযান (Strict action against illegal sale of liquor)।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details