অসম

assam

By

Published : Oct 27, 2022, 8:27 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Road accident at Amguri : ধোদৰ আলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

আমগুৰিত নিশা অঘটন ৷ বুধবাৰে নিশা আমগুৰিৰ পৰিবহণ বাছ আস্থানৰ সন্মুখত ধোদৰ আলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Amguri) ৷ ট্ৰেইলাৰ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয় ৷ আহত লোককেইজনক বৰ্তমান চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে ৷ জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেইলাৰ আৰু ট্ৰাকৰ নম্বৰ ক্ৰমে RJ-09-GB-7194 আৰু AS-09-AC-7560 ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details