অসম

assam

বিজ্ঞান শাখাত নৱম স্থানেৰে জিলিকিল নগাঁৱৰ হিমানিষ দত্ত

ETV Bharat / videos

HS result 2023: বিজ্ঞান শাখাত নৱম স্থানেৰে জিলিকিল নগাঁৱৰ হিমানিষ দত্ত - নৱম স্থানেৰে জিলিকিল নগাঁৱৰ হিমানিষ দত্ত

By

Published : Jun 6, 2023, 2:06 PM IST

নগাঁও,৬ জুন:বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে আশাৰ ৰেঙণি কঢ়িয়ালে নগাঁৱলৈ ৷ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত জিলিকিল নগাঁৱৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰী (HS result 2023) । বিজ্ঞান শাখাতো বহুকেইগৰাকীও কীৰ্তি শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়ালে নগাঁৱলৈ ৷ বিজ্ঞান শাখাত ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অসমৰ ভিতৰতে নৱম স্থান লাভ কৰি গৌৰৱ কঢ়িয়ালে নগাঁৱৰ হিমানিষ দত্তই (Himanish Dutta secured 9th position in science) । হিমানিষ দত্তই লাভ কৰিছে মুঠ 470 নম্বৰ ৷

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ আলফা বিটা কণিষ্ঠ মহাবিদ্যালয় । কণিষ্ঠ মহাবিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে হিমানিষ দত্তই (9th position in science in HS result 2023) । সুদক্ষ অভিযন্তা হোৱাৰ সপোন বিজ্ঞান শাখাত নৱম স্থানপ্ৰাপক হিমানিষৰ । 

লগতে পঢ়ক:BJP internal conflict : যোৰহাট বিজেপিত বিসম্বাদ; পুনৰ তিনি বিজেপি কৰ্মীৰ পদত্যাগ

For All Latest Updates

ABOUT THE AUTHOR

...view details