অসম

assam

ETV Bharat / videos

Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক

By

Published : Nov 12, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক ৷ বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম-জয়ন্তী এইবাৰ দিল্লীত উদযাপন কৰা উলহ-মালহেৰে (400 birth anniversary of Lachit Borphukan)৷ সেই উপলক্ষে দিল্লীৰ কেউফালে এতিয়া কেৱল লাচিত বন্দনা ৷ মেট্ৰ’ ষ্টেচনতো দেখা গ’ল অসমীয়া বুকু উফন্দি উঠা দৃশ্য ৷ ষ্টেচনটোত বাজিছে সুধাকণ্ঠৰ ‘মই লাচিতে কৈছোঁ’ গীত আৰু প্ৰতিখন মেট্ৰ’ ৰে’লত দেখা গৈছে লাচিত বৰফুকনৰ ছবি (Lachit Borphukan in Delhi metro station)৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details