জোনাইৰ ঙাবাং গামচুকত পালন স্বাধীনতাৰ অমৃত মহোৎসৱ - হৰ ঘৰ তিৰংগা
দেশৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে জোনাইত আয়োজন কৰা হয় ঘৰে ঘৰে তিৰংগা কৰ্যসূচী (Har Ghar Tiranga celebrate at Jonai) ৷ আনকি দেওবাৰে স্থানীয় লোকৰ সহযোগত এক সমদলো বাহিৰ কৰা হয় ৷ উল্লেখ্য যে, অসম চৰকাৰে গালীচিকাৰী গাঁও পঞ্চায়তৰ জোনাইৰ ঙাবাং গাম চুক আদৰ্শ গাঁও হিচাপে চিহ্নিত কৰাৰ পিছতে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে, বিগত ১৩ তাৰিখৰ পৰা ৰাইজৰ উদ্যেগত এই অঞ্চলটোত পালন কৰি অহা হৈছে স্বাধীনতাৰ ভিন্ন কাৰ্যসূচী ৷
Last Updated : Feb 3, 2023, 8:26 PM IST