অসম

assam

যুৱতীৰ আত্মহত্যা

ETV Bharat / videos

Suicide case in Dhemaji:জোনাইৰ নেপালীবস্তিত যুৱতীৰ আত্মহত্যা - Suicide case in Dhemaji

By

Published : Aug 4, 2023, 7:17 PM IST

জোনাই, ৪ আগষ্ট:জোনাইৰ লক্ষী নেপালীবস্তিৰ এগৰাকী যুৱতীৰ আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰিবি পেগু নামৰ যুৱতীগৰাকীয়ে বৃস্পতিবাৰে আবেলি ৪-৩০ বজাত নিজ ঘৰৰ শুৱনি কোঠাতে চিপজৰী লৈ আত্মহত্যা কৰে ।

জোনাইৰ সকলো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে মিচিং বোলছবি জগতত কৰিঅ'গ্ৰাফাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ সময়তে সকলোকে কন্দুৱাই ৰিবিয়ে আতৰি গ'ল অজান দেশলৈ । জানিব পৰা মতে, বৃস্পতিবাৰে আবেলি  নিজ ঘৰৰ শুৱনি কোঠাৰ ভিতৰত আত্মহত্যা কৰে যুৱতীগৰাকী । প্ৰতিভাৱান যুৱতীগৰাকীয়ে কিয় এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে জনিব পৰা হোৱা নাই । স্থানীয় গাওঁপ্ৰধানৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত জোনাই আৰক্ষী আৰু দণ্ডধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক:Man died due to electric shock: টীয়কত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details