অসম

assam

নগাঁৱৰ কলিয়াবৰত অঘটন

ETV Bharat / videos

Electrocuted to Death at Kaliabor: বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু - বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

By

Published : Jun 15, 2023, 8:46 PM IST

কলিয়াবৰ, ১৫ জুন:নগাঁও জিলাৰ কলিয়াবৰত অঘটন । জিলাখনৰ কলিয়াবৰ অঞ্চলত মিছা ডিজুবস্তিত বৃহস্পতিবাৰে  বিদ্যুৎস্পৃষ্ট হৈ ১২ বছৰীয়া কিশোৰীৰ মৃত্যু হয় । পথৰ কাষতে চিগি পৰি আছিল বিদ‍্যুৎ পৰিবাহী তাঁৰ । ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় কিশোৰীগৰাকীৰ ।  

নিহত কিশোৰীগৰাকীৰ নাম জোনালী ভূমিজ । কলিয়াবৰৰ মিছা সেনা শিবিৰৰ দ্বিতীয় প্ৰৱেশ পথৰ সমীপতে এই ঘটনাটো সংঘটিত হয় । অসম বিদ‍্যুৎ বিতৰণ নিগমৰ গাফিলতিৰ বাবে কিশোৰীগৰাকীয়ে এনেদৰে শোকাবহ মৃত‍্য সাৱটি ল'ব হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:CM Review Meeting: ৩১ জুলাইৰ ভিতৰত মালিগাঁও, ৩১ আগষ্টৰ ভিতৰত আৰ জি বৰুৱা ৰোড উৰণ সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details