অসম

assam

By

Published : Oct 15, 2022, 5:50 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Attempt to suicide : ধনশিৰিত জাপ দিবলৈ অহা যুৱতীক বাধা সচেতন নাগৰিকৰ

গোলাঘাটত চাঞ্চল্যকৰ ঘটনা । ৰাজেন্দ্ৰ নাথ বৰুৱা সেতুৰ পৰা পুনৰ জপিয়াই আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী যুৱতীক কোনোমতে উদ্ধাৰ (Girl attempts suicide in Golaghat)। ধনশিৰিৰ বুকুত আত্মহত্যা কৰিবলৈ অহা যুৱতীগৰাকীক একাংশ সচেতন পথচাৰী আৰু স্থানীয় লোকে উদ্ধাৰ কৰে (Girl rescued for suicide by jumping on Dhansiri)। যুৱতীগৰাকীয়ে কোৱা মতে ঘৰুৱা নিৰ্যাতনৰ বলি হোৱাৰ বাবেই তেওঁ আত্মহত্যা কৰিবলৈ আহিছিল । স্থানীয় লোক আৰু পথচাৰীয়ে বুজাই পৰাই যুৱতীগৰাকীক চমজাই দিয়ে গোলাঘাট আৰক্ষীক ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details