অসম

assam

Nath Yogi Student Union protest in Raha

ETV Bharat / videos

Nath Yogi Student Union protest: ৰহাত অসম নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন - Nath Yogi Students Union protest

By

Published : Jun 10, 2023, 8:43 PM IST

ৰহা, 10 জুন: শনিবাৰে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ছাত্ৰ সংগঠনটোৱে (All Assam Nath Yogi Student Union protest) । প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰহাৰ সমীপৰ বেবেজীয়াৰ জামুগুৰি শ্বহীদ মনবৰ নাথ ক্ষেত্ৰত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ সভাস্থলীতে বিভিন্ন দাবীৰে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে নাথ-যোগী ছাত্ৰ সন্থাৰ নেতা আৰু সদস্যসকলে (Nath Yogi Students Union protest again government)। হাতে হাতে প্লে কাৰ্ড লৈ নাথ যোগী সম্প্ৰদায়ক উপগ্ৰহীয় স্বায়ত্ব শাসন আৰু সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ দাবী আদিকে ধৰি বিভিন্ন দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম নাথ-যোগী সন্থাৰ প্ৰতিনিধি সকলে (Nath Yogi Students Union protest at Raha) । উক্ত কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদৌ অসম নাথ-যোগী সন্থাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Silsako Protest: গুৱাহাটীত থকা অশোক সিংহলৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দিয়াৰ দাবী আপৰ

ABOUT THE AUTHOR

...view details