অসম

assam

ETV Bharat / videos

ৰহা পৌৰসভাৰ প্ৰাক্তন সভাপতি তথা আছু নেতা ধ্ৰুৱ দাসৰ মৃত্যু - FORMER AASU LEADER DHRUBA DAS DIES

By

Published : Oct 10, 2022, 10:36 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰহাৰ প্ৰাক্তন আছু নেতা তথা ৰহা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ধ্ৰুৱ দাসৰ আকস্মিক মৃত্যু (Former AASU leader Dhurba Das died suddenly)। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে পুৱা মৃত্যু হয় সৰবৰহী লোকজনৰ(Former mayor Dhurba Das passes away) । মৃত্যুৰ আগমুহূৰ্তলৈকে দাসে ৰহা আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল । ধ্ৰুৱ দাসৰ অকাল বিয়োগত আছুকে ধৰি ৰহাৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে(Former AASU leader of Raha dies) । অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক আদি যিকোনো অনুষ্ঠানৰ সৈতে জড়িত দাসৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details