ETV Bharat Assam

অসম

assam

ETV Bharat / videos

Fishing competition in Morigaon: মৰিগাঁৱৰ দন্দুৱা বিলত বৰশীৰে মাছ ধৰাৰ প্ৰতিযোগিতা - লাচিত বৰফুকনৰ দিৱস

🎬 Watch Now: Feature Video

video thumbnail
author img

By

Published : Nov 25, 2022, 11:02 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বিশ্বৰ বিভিন্ন প্ৰান্তত বৰশী বোৱা নিয়ম প্ৰচলিত । অসমৰ জনজীৱনৰ লগত অতি নিবিড়ভাৱে জড়িত এই মাছধৰা পৰ্ব । ইয়াৰ অংশৰূপে তথা লাচিত বৰফুকনৰ দিৱসৰ(Lachit Divas 2022) লগত সংগতি ৰাখি বৃহস্পতিবাৰে মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও মীন বিভাগ, মৰিগাঁও জোখ মাখ পৰিমাণ বিভাগৰ সহযোগত ঐতিহাসিক দন্দুৱা বিলত(Dandua Beel Morigaon) বৰশীৰে মাছ ধৰাৰ এখনি প্ৰতিযোগিতা আয়োজন কৰে । প্ৰতিযোগিতাখনত প্ৰায় দুই শতাধিক লোকে অংশ লৈ বৰশীৰে মাছ মৰাৰ লগতে এক সুন্দৰ অভিজ্ঞতা বুটলা বুলি কৰিলে উল্লেখ (Fishing competition in Morigaon) ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details