অসম

assam

হোজাইত অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতা কাৰ্যসূচী

ETV Bharat / videos

Fire Safety Awareness Programme: হোজাইত অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত মকড্ৰিল-সজাগতা কাৰ্যসূচী - Fire Safety Awareness Programme

By

Published : Mar 30, 2023, 11:54 AM IST

হোজাই, 30 মাৰ্চ:হোজাইত অগ্নিনিৰ্বাপক বাহিনীৰ মকড্ৰিল তথা সজাগতামূলক কাৰ্যসূচী ৷ বুধবাৰে হোজাইৰ যোগীজান মডেল হাস্পতালত এই সজাগতামূলক অভিযান অনুষ্ঠিত কৰে হোজাই জিলাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে (Fire Brigade Mock drill at Hojai) ৷  

হোজাই অগ্নিনিৰ্বাপন আৰু অপাতকালীন বিভাগে আয়োজন কৰে এই সজাগতামূলক অভিযানৰ (Fire Safety Awareness Programme) ৷ হোজাই যোগীজান মডেল চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ আৰু বিষয়া-কৰ্মচাৰীসকলৰ মাজত জুই নিৰ্বাপনৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Hojai Fire Brigade) ৷  

মডেল হাস্পতালখনৰ এই কাৰ্যসূচীত হোজাইৰ অগ্নি নিৰ্বাপন আৰু অপাতকালীন বিভাগৰ বিষয়াসকল উপস্থিত থকাৰ উপৰিও, হোজাই যোগীজান মডেল হাস্পতালৰ চিকিৎসক, নাৰ্চ আৰু বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে (Fire Brigade Mock drill) ৷

ABOUT THE AUTHOR

...view details