অসম

assam

ETV Bharat / videos

Farmers training : ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃষকৰ প্ৰশিক্ষণ - Krishi Vigyan Kendra

By

Published : Jan 1, 2023, 4:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ উদ্যোগত শনিবাৰে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ সভাগৃহত এখন কৃষক সভা অনুষ্ঠিত হয় (Farmers training program in Dhemaji) ৷ বিশেষকৈ সৰিয়হ খেতিৰ ওপৰত কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে কৃষি বিজ্ঞানী অভিলাষা কৌশিক আৰু নিলাক্ষী ভূঞাই ৷ লগতে উপস্থিত থাকে APRINSৰ CBBO আৰু লক্ষীমপুৰ-ধেমাজি প্ৰকল্প পৰিচালক প্ৰণৱজ্যোতি ফুকন (Farmers training in Dhemaji)। ধেমাজি এগ্ৰ' ফেড প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ ধেমাজিৰ অধ্যক্ষ ৰাতুল গগৈ, সঞ্চালক সদস্য নিপু গগৈ আৰু BOP ক্ৰমে নিৰঞ্জন গগৈ, পাপুল গগৈ, ক্ষীৰা কুমাৰী চেতিয়া, ললিত গগৈ, কল্প গগৈ, ইন্দ্ৰেশ্বৰ চেতিয়া, দিপ্তী চেতিয়া, মাম জীয়ামৰিয়া গগৈ আদি কেইবাজনো ৷ ধেমাজিৰ এই কৃষক প্ৰশিক্ষণত অৰ্ধশতাধিক কৃষকে অংশগ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details