অসম

assam

যোৰহাট জিলাৰ বৰহোলাত মাৰপিটৰ ঘটনা

ETV Bharat / videos

Jorhat Fighting incident : যোৰহাটৰ ধান ক্ৰয় কেন্দ্ৰত দুজন বিষয়াৰ মাজত খণ্ডযুদ্ধ - ado fight in Jorhat Paddy procurement centres

By

Published : Apr 19, 2023, 10:43 PM IST

যোৰহাট, 19 এপ্ৰিল :যোৰহাট জিলাৰ বৰহোলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ বৰহোলা তিনিআলি সমীপৰ কৃষি বিভাগৰ এটা ধান ক্ৰয় কৰা কেন্দ্ৰত তিতাবৰ মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাস আৰু তিতাবৰৰ কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ বিষয়া বিশ্বজিৎ দাসৰ মাজত কোনো কথাত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ ঘটনা সন্দৰ্ভত বৰহোলা আৰক্ষী থানাত দুয়োজন বিষয়াই পৃথকে পৃথকে এজাহাৰ দাখিল কৰে ৷ লগতে ঘটনাৰ সঠিক তদন্ত দাবী কৰি যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসন, যোৰহাট জিলা কৃষি বিভাগৰ উচ্চপদস্থ বিষয়া সংশ্লিষ্ট আৰক্ষী থানাত উপস্থিত হয় দুয়োগৰাকী বিষয়া (Fighting took place at Jorhat Paddy procurement centres) ৷

লগতে পঢ়ক :India surpasses China : জনসংখ্যাৰ ক্ষেত্ৰত মহাশক্তিধৰ চীনক চেৰাই শীৰ্ষত ভাৰত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details