অসম

assam

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ সাক্ষাৎকাৰ

ETV Bharat / videos

SP Leena Doley Exclusive: ভালদৰেই কাম কৰি আছিল জোনমণিয়ে; তদন্তত সকলো পোহৰলৈ আহিব - Junmoni Rabha update news

By

Published : May 17, 2023, 9:11 PM IST

Updated : May 17, 2023, 9:31 PM IST

নগাঁও, 17 মে’: এছ আই জোনমণি ৰাভাৰ অকাল মৃত্যু আৰু তাৰ পিচত উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবৰ বাবে ইটিভি ভাৰত কাষ চাপিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ ৷ যুৱ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে (Junmoni Rabha death case) ৷ 

জোনমণিৰ মৃত্যুৰ পিচতে উত্থাপিত হোৱা বিভিন্ন বিতৰ্ক সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষী অধীক্ষক দলেয়ে কয় যে, ইতিমধ্যে এই গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰা হৈছে আৰু চি আই ডিয়ে তদন্ত আৰম্ভ কৰিছে (Junmoni Rabha update news) ৷ 

সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত যাতে কোনো যটিলতা আহি নপৰে তাৰ বাবে অধিক মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে লীনা দলেয়ে ৷ ইফালে লখিমপুৰ থানাত প্ৰয়াত জোনমণিৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা সন্দৰ্ভতো মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকগৰাকী (Junmoni Rabha death controversy) ৷

লগতে পঢ়ক:SI Junmoni Rabha updates: জোনমণি ৰাভা সন্দৰ্ভত দুগৰাকী মহিলাৰ বিপৰীত ভাষ্য; কোন সঁচা কোন মিছা ?

Last Updated : May 17, 2023, 9:31 PM IST

ABOUT THE AUTHOR

...view details