অসম

assam

উচ্চ শিক্ষানুষ্ঠানসমূহক সামাজিক মাধ্যমত সক্ৰিয় হ’বলৈ আহ্বান শিক্ষামন্ত্ৰীৰ

ETV Bharat / videos

Education Minister Ranoj Pegu: উচ্চ শিক্ষানুষ্ঠানসমূহক সামাজিক মাধ্যমত সক্ৰিয় হ’বলৈ আহ্বান শিক্ষামন্ত্ৰীৰ

By

Published : Jul 15, 2023, 3:24 PM IST

ধেমাজি, 15 জুলাই : "প্ৰত্যেকগৰাকী শিক্ষকে সামাজিক মাধ্যমত একাউণ্ট খুলিব লাগিব বুলি মই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিলো ৷ মই শুকুৰবাৰে উচ্চশিক্ষাৰ এখন বিশেষ কৰ্মশালাত কৈছিলো যে উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ সামাজিক মাধ্যমত একাউণ্ট থাকিব লাগে ৷ ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ যিকোনো খবৰ মহাবিদ্যালয়সমূহে তৎক্ষণাৎ লাভ কৰিবলৈ সক্ষম হ’ব, লগতে উচ্চ শিক্ষানুষ্ঠানসমূহত কৰি থকা আনুসংগিক ক্ৰিয়াকলাপ সমূহ ছচিয়েল মেডিয়াযোগে আপডেট দি থাকিলে শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকসকলেও জানিবলৈ সক্ষম হ’ব ৷ সেইবাবে উচ্চ শিক্ষানুষ্ঠানসমূহক সামাজিক মাধ্যমক সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনাইছো ৷" শনিবাৰে ধেমাজিত 9 খনকৈ পশুধন সাৰথি ফ্লেগ অফ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মন্তব্য কৰে ৷ 

লগতে পঢ়ক:Feliciation progrmme by AASU : ৰঙিয়াত কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details