অসম

assam

সুৰামত্ত যুৱতীয়ে ফালিলে আৰক্ষীৰ শ্বাৰ্ট

ETV Bharat / videos

Drunk woman creates ruckus: সুৰামত্ত যুৱতীয়ে ফালিলে আৰক্ষীৰ শ্বাৰ্ট

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:26 PM IST

গুৱাহাটী, ১৩ নৱেম্বৰ:নিশাৰ মহানগৰীৰ মাতাল কাহিনী ৷ পুনৰমহানগৰীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ। মহানগৰীত সততে সুৰামত্ত যুৱতীৰ তাণ্ডৱৰ দৃশ্যই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ ইয়াৰ মাজতে দীপাৱলীৰ নিশা দেওবাৰে সুৰামত্ত যুৱতীয়ে জ্বলা-কলা খুৱালে আৰক্ষীক। 

নিশা পেট্রলিঙৰ দায়িত্বত থকা আৰক্ষীক অপব্যৱহাৰ সুৰামত্ত যুৱতীৰ। সুৰাৰ ৰাগীত মাতাল হৈ আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ কৰ্মৰত আৰক্ষীক দুৰ্ব্যৱহাৰ যুৱতীগৰাকীৰ। জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ ওপৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে সুৰামত্ত যুৱতীগৰাকীৰ লাইচেন্স চেক কৰোঁতেই তৰ্ক-বিতৰ্কত লিপ্ত হয় যুৱতীগৰাকী ৷ তেওঁ আৰক্ষীৰ শ্বাৰ্ট পৰ্যন্ত ফালি পেলায় ৷ লগতে যুৱতীগৰাকীয়ে সুৰাপান কৰি অহাৰ কথা স্বীকাৰ কৰি কয় যে- তেওঁৰ নিচা হৈছে ৷ 

ইফালে আৰক্ষীয়ে ফোনত ভিডিঅ’ কৰা পৰিলক্ষিত কৰি তেওঁ এই ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনায় ৷ 

লগতে পঢ়ক:Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details