অসম

assam

By

Published : Aug 10, 2022, 8:25 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

Drugs Peddler Arrested in Moirabari: ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

মৰিগাঁও জিলাৰ মৈৰাবাৰীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান (Police anti drug operation in Moirabari)। আজি মৈৰাবাৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মষ্ট ৱাণ্টেড ড্ৰাগছ সৰবৰাহকাৰী জামাল হুছেইনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Moirabari)। আটকাধীন জামাল উদ্দিনে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ বেপাৰৰ লগত জড়িত হৈ সমগ্ৰ মৈৰাবাৰী অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰি আহিছিল (Drugs Peddler Arrested) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে ১৭ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, দুখন তৰোৱাল, এটা সন্দেহজনক হাতীৰ দাঁত, নগদ ধনসহ বহু পৰিমানৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ধৃত জামাল হুছেইনৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত ৰুজু হৈ আছে বহু গোচৰ ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details