Diwali in 2022 : কেৱল মাত্ৰ আলোকেৰে দীপান্বিতা উদযাপনত ব্যস্ত হীৰামণি - মাটিৰ চাকি প্ৰজ্বলন
দীপাৱলীত বিভিন্ন আটচবাজি ফুটাই একাংশই শব্দ প্ৰদূষণ সৃষ্টি কৰি অহাৰ সময়তে বাক্সা জিলাৰ অঞ্চলী গাঁৱৰ নিবাসী এগৰাকী ছাত্ৰীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ (Diwali celebrated exceptional way in Baska)৷ ছাত্ৰীগৰাকী হৈছে গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ হীৰামণি তালুকদাৰ ৷ হীৰামণিয়ে আটচবাজি ফুটুৱাৰ বিপৰীতে নিজ গৃহতে ৫০০ গছি মাটিৰ চাকি প্ৰজ্বলন কৰি শব্দ আৰু বায়ু প্ৰদূষণ নকৰাকৈ দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে (Diwali celebrated in Baska) ।
Last Updated : Feb 3, 2023, 8:30 PM IST