Ragging incident of DU: চিকিৎসকে অনুমতি দিলে এয়াৰ এম্বুলেন্সেৰে নিয়া হ’ব এইমছলৈ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য - Dibrugarh University Vice Chancellor
ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমৰ ICU ত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য জিতেন হাজৰিকাই (DU Vice-Chancellor Jiten Hazarika visited Anand Sharma health)। আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লৈ উপাচাৰ্যগৰাকীয়ে কয় যে যদি চিকিৎসকে অনুমতি দিয়ে তেতিয়া হ’লে বৃহস্পতিবাৰে এয়াৰ এম্বুলেন্সে যোগে এইমছলৈ স্থানান্তৰ কৰা হ’ব আনন্দ শৰ্মাক । লগতে ৰেগিং কাণ্ডৰ তদন্তৰ বাবে এক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিব বুলিও কয় উপাচাৰ্যগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST