অসম

assam

ETV Bharat / videos

Alumni meet: ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰৰ সতীৰ্থ সন্মিলন - ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়

By

Published : Dec 15, 2022, 2:33 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

২০২৩ বৰ্ষৰ ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰৰ সতীৰ্থ সন্মিলন(Dhemaji Higher Secondary School Alumni Meet) । সেয়ে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে বৃহস্পতিবাৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে ১৯৫৯ চনতে স্থাপিত ধেমাজিৰ জিলাৰ ঐতিহ্যমণ্ডিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ২০২৪ চনত ৭৫ বছৰ সম্পূৰ্ণ কৰিব ৷ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাজে ২০২২ বৰ্ষতে সতীৰ্থ নামেৰে প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন কৰিছিল(Dhemaji HS school ex student) ৷ বিদ্যালয়খনৰ গৰিমা অক্ষুণ্ণ ৰাখিবৰ বাবে এই ছাত্ৰ সমাজে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details