Deer Rescued: কলিয়াবৰত পহু উদ্ধাৰ - Kaziranga National Park
দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park)পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা পহু কলিয়াবৰ মহকুমাৰ কুঠৰীৰ ৰজা আলী গাঁৱত গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে ৷ খাদ্যৰ সন্ধানত ওলাই অহা পহুটো এজন ব্যক্তিৰ পুখুৰীত পৰাত গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক গতাই দিয়ে (Deer Rescued at Kaliabor)৷
Last Updated : Feb 3, 2023, 8:35 PM IST