অসম

assam

ETV Bharat / videos

মাজুলীত সন্ধানহীন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ - missing dead body found in the Brahmaputra

By

Published : Sep 7, 2022, 12:49 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত কথমীয়া গাঁৱত উদ্ধাৰ হৈছে এজন সন্ধানহীন বৃদ্ধৰ মৃতদেহ(Old man Dead body recovered) ৷ ৫ ছেপ্টেম্বৰৰ পৰা গুণকান্ত কলিতা নামৰ 95 বছৰীয়া লোকজন সন্ধানহীন অৱস্থাত আছিল । পৰিয়ালৰ লোকে ইয়াৰ পাছতে জেংৰাইমুখ থানাত গুণকান্ত কলিতা নিৰুদ্দেশ হৈ থকাৰ বিষয়ে অৱগত কৰে৷ ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ সুঁতিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ৷ লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত(missing dead body found in the Brahmaputra) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details