অসম

assam

ETV Bharat / videos

স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁও চহৰত বিশাল চাইকেল ৰেলী - MLA Rupak Sarma joined in Cycle rally

By

Published : Aug 28, 2022, 8:02 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁৱত অনুষ্ঠিত হয় বিশাল চাইকেল ৰেলী (Cycle rally held in Nagaon)। নগাঁও মাৰোৱাৰী যুৱ মঞ্চ শিখৰ আৰু সমৃদ্ধিৰ উদ্যোগত চাইক্ল'থন নামেৰে এই চাইকেল ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ দেওবাৰে নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিত এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarma joined in Cycle rally)।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details