Cybercriminals arrested : ব্লেক মেইলিং কৰি ৰঙাঘৰৰ আলহী উত্তৰ প্ৰদেশৰ যুৱক - উত্তৰ প্ৰদেশৰ অপৰাধীয়ে বাহৰ পাতিছে মঙলদৈত
উত্তৰ প্ৰদেশৰ অপৰাধীয়ে বাহৰ পাতিছে মঙলদৈত । অশ্লীল ভিডিঅ’ কলিঙেৰে জাল পাতিছে বহু অপৰাধীয়ে । বহু লোকক ব্লেক মেইলিং কৰা এই অপৰাধীৰ দলটোত আছে কেবাগৰাকীও মহিলা । এইবাৰ ব্লেক মেইলিং কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত মঙলদৈ আৰক্ষীৰ জালত পৰিছে উত্তৰ প্ৰদেশ এজন যুৱক (Cybercriminals arrested at Mangaldoi) ৷ আটকাধীন লোকজন আজাদ আনচাৰী বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:34 PM IST
TAGGED:
Cybercriminals arrested