অসম

assam

By

Published : Nov 7, 2022, 11:00 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Alliance with AIUDF: এ আই ইউ ডি এফৰ সৈতে কোনোকালেই মিত্ৰতা নকৰে কংগ্ৰেছে; ৰকিবুল হুছেইন

এ আই ইউ ডি এফৰ সৈতে কোনোকালেই মিত্ৰতা নকৰে কংগ্ৰেছে (Rakibul Hossain press meet in Nogaon) ৷ সোমবাৰে নগাঁৱত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ (Congress leader Rakibul Hussain) ৷ মিত্ৰতা সন্দৰ্ভত সভাপতি ভূপেন বৰাৰ মন্তব্য কংগ্ৰেছত সৰ্বসন্মতি ক্ৰমে লোৱা সিদ্ধান্ত ৷ এ আই ইউ ডি এফ অসমৰ ৰাজনীতিৰ পৰা বিলুপ্ত হ'লে সকলো ৰাইজৰ মংগল হ’ব ৷ এ আই ইউ ডি এফক অসমৰ ৰাজনীতিত জীয়াই ৰাখিবলৈ বিজেপিয়ে ভাৰত জোড়ো যাত্ৰাক (BJP on Bharat Jodo yatra) কটু ভাষাৰে আক্ৰমণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details