Coal-loaded truck overturns: মৰাণত পথৰ ওপৰতে বাগৰিল কয়লা ভৰ্তি ট্ৰাক - বৃহৎ ক্ষয় ক্ষতি
মৰাণত বাগৰিল কয়লা ভৰ্তি ট্ৰাক (Coal truck overturns in Moran)। আজি পুৱা ডিব্ৰুগড় দিশৰ পৰা আহি থকা AS31 C 1190 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা অন্য এখন বাহনক পাৰ হোৱাৰ সময়তে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই মৰাণ নগৰৰ মাজমজিয়াত পথৰ ওপৰতে বাগৰি পৰে ট্ৰাকখন । ট্ৰাকখনৰ হেণ্ডিমেনজনে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যদিও বৃহৎ ক্ষয়-ক্ষতিৰ মুখামুখি হৈছে পথৰ কাষত থকা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ ।
Last Updated : Feb 3, 2023, 8:37 PM IST