অসম

assam

মাজুলীত খোল বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By

Published : Jun 8, 2022, 4:48 PM IST

Published : Jun 8, 2022, 4:48 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

মাজুলীত খোল তুলি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma played Khol) ৷ উত্তৰ কমলাবাৰী সত্ৰৰ(Uttar Kamalabari Satra) কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত বদলা পদ্ম আতাৰ জন্ম মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী । আদৰণি জনোৱাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি ল’লে খোল । ইফালে মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই চেলফি তুলিবলৈ ভাগিনহঁতৰ মাজত লাগিল হেতা-ওপৰা । ভাগিনসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়েও ফটোৰ বাবে দিলে প’জ ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details