অসম

assam

ETV Bharat / videos

চাহৰ লগত নিমখ নাখাব: মুখ্যমন্ত্ৰী

By

Published : May 25, 2022, 4:17 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

চাহৰ লগত নিমখ খোৱাৰ অভ্যাস ত্যাগ কৰা আহ্বান মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma on tea with salt)৷ বুধবাৰে শোণিতপুৰৰ ঘগ্ৰা চাহ বাগিছাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, যুগ যুগ ধৰি বাগিচাৰ লোকসকলে চাহৰ লগত নিমখ খাই আহিছে (Himnata Biswa Sarma at Ghagra Tea Estate) ৷ ইয়াৰ ফলত এই লোকসসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ লগতে আয়ুসো কমি আহে ৷ গতিকে চাহত নিমখ দি খোৱা বন্ধ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে চেনিও কমাই কাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বাগিচাসমূহত প্ৰচলিত সুৰাৰ সম্পৰ্কতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সুৰাপানৰ অভ্যাসো লাহে লাহে ত্যাগ কৰাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details