Student Death in Guwahati : মহানগৰীৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু - নাৰেংগী বিদ্যামন্দিৰ স্কুল
বুধবাৰে মহানগৰীত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা । নাৰেংগী বিদ্যামন্দিৰ স্কুলত মৃত্যু হ’ল এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ (Narangi Vidya Mandir School)। বিদ্যালয়ৰ প্ৰাতঃসভা শেষ কৰি শ্ৰেণী কোঠাত বহি থকাৰ সময়তে হঠাৎ অচেতন হৈ ঢলি পৰিছিল ছাত্ৰীগৰাকী । লগে লগে ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে (Student dead in Guwahati)। ৮ বছৰীয়া ছাত্ৰীগৰাকীৰ নাম তৃষা আৰ কলিতা । মহানগৰীৰ গীতামন্দিৰত ঘৰ ছাত্ৰীগৰাকীৰ ।
Last Updated : Feb 3, 2023, 8:29 PM IST