Demanding separate state: পৃথক ৰাজ্যৰ দাবীৰে চিৰাঙত নতুন সংগঠনৰ জন্ম - Chirang Duar Anchal demand separate state
পুনৰ পৃথক ৰাজ্য দাবীৰে চিৰাঙত দুৱাৰ অঞ্চল জন পৰিসংগ্ৰাম (Duwar Anchal jana parisangram) নামেৰে এক দলৰ জন্ম হয় (New organization born in Chirang) ৷ বুধবাৰে সংগঠনটোৱে জিলা সমিতি গঠন কৰি চিৰাঙৰ কাজলগাঁৱত প্ৰথমখন সংবাদমেলৰ অনুষ্ঠিত কৰে ৷ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সম মৰ্যদা প্ৰদানৰ দাবীত দুৱাৰ অঞ্চল নামৰ সংগঠনটোৱে পৃথক ৰাজ্যৰ দাবী কৰে(Chirang Duar Anchal demand separate state) ৷ বংগৰ পৰা অসম আৰু লাডাখ দুৱাৰলৈ দুৱাৰ অঞ্চল নামৰ পৃথক ৰাজ্যৰ দাবী কৰে সংগঠনটোৰ সভাপতি পাৰমিনাছ নাৰ্জাৰীয়ে। অখ্যাত যুৱক কেইজনে নতুন সংগঠন গঠন কৰিয়েই পৃথক ৰাজ্য দাবী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷
Last Updated : Feb 3, 2023, 8:29 PM IST