অসম

assam

Chhath puja 2022: ৰঙাপৰাত ষঠ পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

By

Published : Oct 30, 2022, 7:42 AM IST

Published : Oct 30, 2022, 7:42 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Chhath puja 2022: ৰঙাপৰাত ষঠ পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষঠ পূজা (Chhath puja 2022) । এই ষঠ পূজা সূৰ্যাস্ত আৰু সূৰ্য উদয়ৰ সময়ত কৰা হয় । পুৱাৰ ভাগতে ৰীতি-নীতিৰে নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক পূজা-অৰ্চনা কৰিব ভক্তপ্ৰাণ ৰাইজে । ষঠ পূজাৰ এক মাহাত্ম্য আছে(Chhath puja significance) । বহুতো নিয়ম নীতিৰ মাজত পালন কৰা হয় ষঠ পূজা । ষঠ পূজা উপলক্ষে ৰঙাপৰাৰ নদী-পুখুৰী পাৰত থকা ঘাটবোৰ অতি সুন্দৰ ৰূপত সজাই-পৰাই তুলিছে । বেদীবোৰ ৰং সানি আটকধুনীয়া কৰি তোলা হৈছে । ৰঙাপৰাৰ ৰেলৱে’ লোক কলনীত তথা ঐতিহাসিক পুখুৰীৰ ঘাটতো ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । প্ৰতি বছৰে এই পুখুৰীৰ পাৰত ভক্তপ্ৰাণ ৰাইজে পালন কৰি আহিছে ষঠ পূজা ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details