নলবাৰীৰ জয়সাগৰত ষঠ পূজা পালন - ষঠ পূজা ২০২৩ পালন
Published : Nov 19, 2023, 9:04 PM IST
নলবাৰী, ১৯ নৱেম্বৰ:নলবাৰী জিলাৰ মুকালমুৱাৰ ১ নং জয়সাগৰত উলহ মালহেৰে ষঠ পূজা পালন কৰা হয় । হিন্দু ধৰ্মৰ মতে ষঠ পূজা মূলতঃ সূৰ্য দেৱতাৰ পূজা । সমগ্ৰ দেশৰ সমান্তৰালভাৱে হোজাই জিলাটো ষঠ পূজাৰ পালন কৰা হৈছে । আজি ষঠ পূজাৰ দ্বিতীয় দিন । এই দিনটোতে ষঠ ব্ৰতী মহিলাসকলে মুকালমুৱাৰ ১ নং জয়সাগৰত সূৰ্য দেৱতাক পূজা কৰে ।
আজি সন্ধিয়াৰ পৰা পূজা পাতাল কৰে যদিও কইলৈ সূৰ্য উদয়ৰ লগে লগে এই পূজা সম্পূর্ণ হ'ব । ষঠ পূজা উপলক্ষে সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুযায়ী দেওবাৰে আবেলি অস্ত যোৱাৰ সময়ত সূৰ্য দেৱতাক স্মৰণ কৰে । সোমবাৰে পুৱা সূৰ্য উদয় হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্য দেৱতাক পূজা আৰু স্মৰণ কৰিব ।
লগতে পঢ়ক:লখিমপুৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ষঠ পূজা উদযাপন