Sarbananda Sonowal at Varanasi: বাৰাণসীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
উত্তৰ প্ৰদেশৰ বাৰাণসীত কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet Minister Sarbananda Sonowal) ৷ এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ বৰাণসীত উপস্থিত হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে বৃহস্পতিবাৰে সন্ধিয়া উষ্ম আদৰণি আৰু সম্ভাষণ জনায় (Sarbananda Sonowal in Varanasi )৷ জনসাধাৰণৰ মৰম তথা উষ্ম আদৰণি দেখি অভিভূত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷
Last Updated : Feb 3, 2023, 8:32 PM IST