অসম

assam

বাৰ্মিজ চুপাৰিৰ লগতে দুই সৰবৰাহকাৰী আটক

ETV Bharat / videos

Burmese Supari Seized : বাৰ্মিজ চুপাৰিৰ লগতে দুই সৰবৰাহকাৰী আটক - Burmise battel nuts seized

By

Published : May 11, 2023, 10:54 PM IST

নলবাৰী, ১১ মে’ : ৰাজ্যত বাৰ্মিজ চুপাৰিৰ ৰমৰমীয় বেহা । আৰক্ষী তালাচীৰ বেহু ফালি একাংশ ব্যৱসায়ীয়ে নিতৌ চলাই গৈছে চোৰাংভাৱে চুপাৰিৰ বেহা (Burmise battel nuts seized)। বৃহস্পতিবাৰে নলবাৰীত নলবাৰী আৰক্ষীয়ে অভিযান চলাই এখন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ এক গোপন খবৰৰ ভিত্তিত হোজাইৰ পৰা বৰপেটাৰ বাঘবৰলৈ আহি থকা অৱস্থাত নলবাৰী আৰক্ষীয়ে চুপাৰি সহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় (Burmese Supari Seized In Nalbari)৷ জব্দ হোৱা ট্ৰাকখনৰ নং AS28AC1015 ৷ লগতে নলবাৰী আৰক্ষীয়ে জালাল দেৱান নামৰ এজন লোকৰ লগতে আন এজন বেপাৰীকো গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে ধৃত দুটোকে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Burmise battel nuts seized: হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰি

ABOUT THE AUTHOR

...view details