অসম

assam

ETV Bharat / videos

Bridge inauguration: মৰিগাঁও পলাহগুৰিত দলং উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ - Bridge inauguration by Piyush Hazarika

By

Published : Jan 2, 2023, 10:49 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

মৰিগাঁও পলাহগুৰিত পকী দলং উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ(Bridge inauguration by Piyush Hazarika) ৷ জাগীৰোডৰ পলাহগুৰি আদৰ্শ গাঁও আৰু ডাৱৰঘাটক সংযোগ কৰিছে এই দলঙখনে ৷ উল্লেখ্য যে, এখন পকী দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছিল অঞ্চল দুটাৰ ৰাইজ ৷ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই নৱবৰ্ষৰ দ্বিতীয় দিনটোতে ৰাইজক মন্ত্ৰীগৰাকীয়ে উপহাৰ দিয়ে দলঙখন(Minister Piyush Hazarika) ৷ পকী দলংখন শুভ উদ্ধোধন কৰি এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details