অসম

assam

ETV Bharat / videos

বৰপেটা প্ৰেছ ক্লাবত ঐতিহ্যৰ অন্বেষণ উন্মোচন - Book released by Akshay Kumar Mishra

By

Published : Oct 3, 2022, 7:03 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

বৰপেটা প্ৰেছ ক্লাবত (Book released at Barpeta Press Club) দেওবাৰে কিশোৰী মোহন দাসৰ 'ঐতিহ্যৰ অন্বেষণ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় ৷ জীৱনৰ বিভিন্ন সময়ত কিশোৰী মোহন দাসে ৰচনা কৰা একাংশ নিৰ্বাচিত প্ৰৱন্ধৰ সংকলনখন (collection of articles of Kishori Mohan Das) উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা কলাগুৰু বঁটা (Kalaguru Award) আৰু শিক্ষাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই (Book released by Akshay Kumar Mishra ) ৷ লেখক অমিয় কুমাৰ দাসে আঁতধৰা এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট নাট্যকাৰ, নিবন্ধকাৰ নৰেন পাটগিৰি (Play writer Naren Patgiri), গল্পকাৰ অধ্যাপক নয়ন কুমাৰ মেধি, লেখক ড৹ বিৰিঞ্চি কুমাৰ দাসকে আদি কৰি কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ জীৱনৰ অভিজ্ঞতাবোৰৰ লগতে সত্ৰনগৰীৰ ঐতিহ্যক লৈ লিখা গ্ৰন্থখনে বৰপেটাৰ বহু নতুন দিশ মুকলি কৰিব বুলি আশাবাদী লেখক কিশোৰীমোহন দাস ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details