অসম

assam

By

Published : Nov 12, 2022, 12:01 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / videos

Book Inaugurated at GPC: গুৱাহাটী প্ৰেছ ক্লাবত ড৹ দেৱজিত খনিকৰৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে অসমৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক ড৹ দেৱজিত খনিকৰৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় (Book Inaugurated programme at Guwahati Press Club)৷ একত্ৰে তিনিখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুল শইকীয়াই (Book Inaugurated programe)৷ লেখক ড৹ দেৱজিত খনিকৰৰ কবিতা সংকলন ‘বনহংস’, শ্বায়েৰী সংকলন ‘উৰ্দু শ্বায়েৰী মোহাব্বতে’ আৰু ‘জীৱনৰ অমূল্য সম্পদ’ শীৰ্ষক তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইন্দ্ৰজিত দাসে আঁত ধৰা অনুষ্ঠানটোত সংগীত নাটক বঁটা বিজয়ী মইনুল হক, চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ, বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী, আৰোহণৰ অধ‍্যক্ষা প্ৰীতি শইকীয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details