অসম

assam

ETV Bharat / videos

Bike rally against Privatization: ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বাইক ৰেলী - বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থা

🎬 Watch Now: Feature Video

By

Published : Nov 6, 2022, 8:45 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা প্ৰতিষ্ঠান ব্যাক্তিগতকৰণৰ বিৰোধিতাৰে দেওবাৰে বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী সন্থাই চিৰাঙৰ ঢালিগাঁৱত এক বাইক ৰেলী উলিয়াই (Bike rally against privatization in Chirang)৷ এই বাইক ৰেলীৰ জৰিয়তে দিল্লীত অহা ১৭ নৱেম্বৰত হ’বলগীয়া ভাৰতীয় মজদুৰ সংঘৰ ৰেলীৰ প্ৰতিবাদী ৰেলীত সকলোৱে দলে বলে যোগদান কৰিবলৈ সজাগতাৰ সৃষ্টি কৰা হয় ৷ আজি পুৱা ১০ বজাত চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ কাৰ্যালয়ৰ পৰা এই বাইক ৰেলী উলিয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় তেল নিগমৰ (Oil Corporation of India) অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাই (Bongaigaon Refinery Employees Association) ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details