অসম

assam

ব’লব’ম যাত্ৰীক অৰুণাচলৰ চেক গেটত হাৰাশাস্তি

ETV Bharat / videos

Bolbam passengers harassed:ক্ষোভ প্ৰকাশ ব’লব’ম যাত্ৰীৰ, অৰুণাচল প্ৰদেশৰ ৰুকচিন চেক গেটত হাৰাশাস্তি

By

Published : Aug 7, 2023, 9:47 PM IST

জোনাই, ৭ আগষ্ট : এইবাৰ অৰুণাচল প্ৰদেশৰ ৰুকচিন চেক গেটত অসমৰ ধেমাজি, চিলাপথাৰ চিমেন, জোনাইৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ডাঙৰীয়া বাবা মন্দিৰৰ শিৱলিংগত জল অভিষেক কৰিবলৈ যোৱা অসমৰ শ শ ব’লব’ম যাত্ৰীসকলৰ ওপৰত অৰুণাচল প্ৰদেশ পুলিচ প্ৰশাসনে চৰকাৰী কৰ সংগ্ৰহ কৰাত লাগি পৰিছে ।

সোমবাৰে নিশা অসম অৰুণাচল প্ৰদেশৰ ৰুকচিন গেটত সৃষ্টি হয় এক অৰাজক পৰিস্থিতিৰ । দূৰ-দূৰণিৰ পৰা পাছিঘাটৰ ডাঙৰীয়া বাবা মন্দিৰলৈ অহা প্ৰতিজন শিৱ ভক্তই দিব লগা হৈছে এশ টকাকৈ চৰকাৰী কৰ । অন্যথা ৰুকচিন চেক গেটৰ পৰা ওভতাই পঠিয়াইছে শিৱ ভক্ত ব’লব’ম যাত্ৰী সকলক । অৰুণাচল প্ৰদেশ চৰকাৰৰ এই নীতিক তীব্ৰ সমালোচনা কৰিছে একাংশ শিৱ ভক্ত ব’লব’ম যাত্ৰীয়ে ।

লগতে পঢ়ক :Aimee Baruah: পবিত্ৰ ব’লব’মৰ যাত্ৰীক খাদ্য বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকা আৰু আইমী বৰুৱাৰ

ABOUT THE AUTHOR

...view details