অসম

assam

ETV Bharat / videos

Blanket distribution in Sivsagar: শিৱসাগৰত আৰ্তজনৰ মাজত উমাল বস্ত্ৰ বিতৰণ - শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালিনী কোঁৱৰ

By

Published : Jan 2, 2023, 3:49 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

শিৱসাগৰ নগৰত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পদপথত থকা লোকক জাৰৰ কাপোৰ বিতৰণ কাৰ্যসূচী দেওবাৰে সম্পন্ন হয় (Blanket distribution in Sivsagar)। দেওবাৰে শিৱসাগৰৰ শিৱ দৌলৰ সমুখত SAVED নামৰ সংগঠনৰ উদ্যোগত আৰু জেঙনিকটীয়া শিশু সুৰক্ষা সমিতিৰ সহযোগত সম্পন্ন কৰা হয় এই কাৰ্যসূচী । SAVED ৰ উদ্যোগত 2021 বৰ্ষৰ পৰা 'ক্লথ বেংক' পৰিকল্পনাৰ জৰিয়তে ৰাইজৰ পৰা পুৰণি কিন্তু ব্যৱহাৰযোগ্য গৰম কাপোৰ সংগ্ৰহ কৰি আৰ্তজনলৈ আগবঢ়োৱা হৈ আহিছে গৰম কাপোৰ । শিশুৰ পৰা বয়োজেষ্ঠ লোকলৈ এইদৰে সংগ্ৰহ কৰা গৰম কাপোৰ দেওবাৰে শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালিনী কোঁৱৰৰ উপস্থিতিত প্ৰদান কৰা হয় (Mayor of Shivsagar municipality)।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details