অসম

assam

ETV Bharat / videos

টিংখাঙৰ ৰাজপথত নিশা আবতৰীয়া দীপাৱলী, বিজেপি কৰ্মীৰ আনন্দ উল্লাস - Upcoming Election 2024

🎬 Watch Now: Feature Video

টিংখাঙৰ ৰাজপথত নিশা আবতৰীয়া দীপাৱলী

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:55 AM IST

ডিব্ৰুগড়, 4 ডিচেম্বৰ : ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছক উৎখাত কৰি বিজেপিয়ে গঠন কৰিব চৰকাৰ ৷ সমান্তৰালকৈ মধ্যপ্ৰদেশত পূৰ্বতকৈ অধিক শক্তিশালী হোৱাত অধিক উৎসাহী হৈ পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে দলীয় কৰ্মীসকলইফালেতিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পাচতে অসমত বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে টিংখাঙতো বিজেপিৰ কৰ্মীসকলে আনন্দ উল্লাহ প্ৰকাশ কৰা দেখা গ’ল ৷

দেওবাৰে নিশাৰ ভাগত টিংখাঙৰ ৰাজপথত দেখা গ’ল আবতৰীয়া দীপাৱলী ৷ বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি জয় আদি ধ্বনিৰে টিংখাঙৰ আকাশ বতাহ কঁপাই তোলে বিজেপিৰ কৰ্মীসকলে ৷ আনহাতে, বিজয় উৎসৱত বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, বিজেপি মিডিয়া কোষৰ ৰাজ্যিক সহকাৰী আহ্বায়ক বিষ্ণু কোচৰ লগতে শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰাজনৈতিক পথাৰত মোদীক প্ৰতিদ্বন্দিতা কৰিব পৰা কোনো নেতা নাই: চক্ৰধৰ গগৈ

ABOUT THE AUTHOR

...view details